Unique Birthday Wishes In Assamese

- Advertisement -

Birthday Wishes In Assamese

Unique Birthday Wishes In Assamese
  • মই নিজে সুখী হবলৈ ভগৱানক প্ৰাৰ্থনা নকৰোঁ কাৰণ তুমি সুখী হলেই মই বেছি সুখী হওঁ। তোমাৰ জন্মদিনৰ এই মধুৰ মূহুৰ্তত ভগৱানে তোমাক সুখত ৰাখক তাৰে কামনা কৰিলো।
  • ওপজা দিনৰ আন্তৰিক শুভেচ্ছা আৰু হিয়া ভৰা মৰম জনাইছোঁ।
  • তোমাৰ জন্মদিনৰ cake টোৰ মমৰ পোহৰৰ দৰে তোমাৰ জীৱনটো পোহৰাই তোলক আৰু cake ৰ সু স্বাদৰ দৰে প্ৰতিটো ক্ষণ মধুৰ হৈ ৰওঁক।
  • তোমাৰ দৰে এজন বন্ধু পায় মই নথৈ আনন্দিত অনুভৱ কৰিছোঁ আৰু মোৰ পৰা তোমাৰ সপোন বোৰ পুৰণ কৰাত আগন্তুক দিনবোৰত পূৰ্ণ সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দিলোঁ। Happy Birthday dear Friend।
  • আজিৰ এই বিশেষ দিনটোত সেইজন ব্যক্তিৰ জন্ম হৈছিল যিজনে সকলোকে নিজৰ ব্যক্তিত্ব জৰিয়তে আনন্দ, মৰম, সহানুভূতি, সুস্থ চিন্তা আৰু জীৱনৰ ৰং বিয়পায় । সেই বিশেষ ব্যক্তি জনেই হৈছে তুমি । মোৰ তথা আমাৰ পৰিয়ালৰ তৰফৰ পৰা জন্ম দিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
  • তোমাৰ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ। ভগৱানৰ ওচৰত তোমাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।
  • সাগৰৰ দৰে বিশাল মনৰ অধিকাৰী তোমাৰ ওপজা দিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ। বিগত দিনৰ আগন্তুক দিন বোৰতো হাঁহি থাকা।
  • আমাৰ পৰিয়ালৰ তৰফৰ পৰা তোমাৰ জীৱনৰ অতিকৈ গুৰুত্বপূৰ্ণ দিনটোত আন্তৰিক মৰম আৰু শুভেচ্ছা জনালোঁ। Happy Birthday
  • তোমাৰ লগত কটোৱা প্ৰতিটো মূহুৰ্ত চিৰদিনৰ বাবে প্ৰবাহিত হৈ থকা এখন নদীৰ দৰে মোৰ মনত প্ৰবাহিত হৈ থাকিব। আজিৰ এই বিশেষ দিনটোত তোমাৰ জীৱনৰ উন্নতি কামনা কৰিলো। Happy Birthday Dear
  • জন্মদিন বছৰেকত এবাৰহে আহে । সেয়েহে এই দিনটো এনেদৰে celebrate কৰা যাতে গোটেই বৰ্ষটোৱে ৰঙীন হৈ পৰে। Happy Birthday
  • তুমি আজি আৰু এটা নতুন বছৰ আৰম্ভ কৰাত অভিনন্দন জনালো। আশাকৰোঁ অনাগত দিনবোৰ অধিক সুখৰ হওঁক। Happy Birthday
  • তোমাৰ প্ৰতি থকা মোৰ অনুভৱ ভাষাৰে বুজাব নোৱাৰি। মাত্ৰ এটা কথাই জনাব বিচাৰোঁ তোমাক ভগৱানে মোৰ লগত লগ কৰাই দিয়াটো এটা সুন্দৰ ভাল লগা ঘটনা যিটো মোৰ চিৰ স্মৰণীয় হৈ ৰৱ। ওপজা দিনৰ আন্তৰিক শুভেচ্ছা আৰু মৰম জনাইছোঁ।
  • আজি দিনটো তোমাৰ দিন। তোমাৰ এই বিশেষ দিনটোত হাঁহি, ধেমালি, আনন্দৰে উপচি পৰে তাৰে কামনা কৰিলোঁ আৰু আগন্তুক দিনবোৰত অধিক সুখৰ হওঁক। Happy Birthday
Unique Birthday Wishes In Assamese
  • মই সকলোঁ সময়তে তোমাৰ দৰে এজন ভাল পাবলৈ ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ। সেই আশা মোৰ পুৰণ হল। কিন্তু মই তোমাৰ দৰে ভাল বন্ধু হব পাৰিছো নাই নাজানো। প্ৰতিশ্ৰুতি দিলোঁ তোমাৰ ভাল বন্ধু হবলৈ সদায় চেষ্টা কৰিম। Happy Birthday Dear Best Friend
  • আজি দিনটো আনন্দৰ দিন কাৰণ আজি তোমাৰ জন্মদিন। Happy Birthday
  • প্ৰতিটো বছৰে তোমাৰ জন্মদিনৰ দিনটো বৰকৈ মনত পৰে। তোমাৰ শৈশৱৰ জন্মদিন পালনৰ মূহুৰ্ত বোৰ মনৰ আগত ভাঁহি আহে। আজিও তোমাৰ জন্মদিনৰ এই মূহুৰ্তত হিয়া ভৰা মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। Happy Birthday
  • জীৱনটো উপভোগ কৰিব জানিলে জীৱনৰ প্ৰতিটো বাধা সুকলমে হাঁহিমুখে আগুৱাই যাব পাৰি। তোমাৰ জীৱন উপভোগ কৰাৰ কৌশল সঁচাই অতুলনীয় আৰু এনেদৰে আৰু এটা সুন্দৰ বৰ্ষ উপভোগ কৰিলা। তোমাৰ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ, আশাকৰোঁ এনেদৰে আগন্তুক বৰ্ষ বোৰো সুন্দৰ কৈ উপভোগ কৰিব। Happy Birthday
  • Happy Birthday Dear Friend। আশাকৰোঁ আজি দিনটো এটা অতি সুন্দৰ স্মৰণীয় মূহুৰ্ত কটাব পাৰো যাতে চিৰ দিনলৈ মনত থাকে।
  • অভিনন্দন তোমাৰ জীৱনৰ পুনৰ এটা নতুন বছৰ আৰম্ভ কৰা বাবে। আশা কৰোঁ এই নতুন বৰ্ষ টোৱে সেই সকলো সফলতা কঢ়িয়াই আনক যিবোৰ তুমি deserve কৰা। Happy Birthday
  • জন্মদিনৰ আনন্দ সকলোৱে উপভোগ কৰে। কিন্তু তোমাৰ জন্মদিনৰ আনন্দ উপভোগ কৰাৰ কৌশল দেখি মই নিজে সুখী অনুভৱ কৰিছোঁ যে মোৰ বন্ধু। Happy Birthday friend । জীৱনত আৰু অধিক ভাল কৰ্ম কৰি যোৱা।
  • তোমাৰ মা দেউতাক মোৰ ফালৰ অশেষ ধন্যবাদ তোমাৰ দৰে এজন সৎ, সাহসী আৰু হৃদয় বান সন্তান এই জগতক দিয়া বাবে। তোমাৰ জন্মদিনৰ এই পবিত্ৰ ক্ষণত তোমাক হিয়া ভৰা মৰম জনাইছোঁ আৰু মই নিজে সুখী অনুভৱ কৰিছোঁ তোমাৰ দৰে এজন বন্ধু পোৱা বাবে।
  • তোমাৰ জীৱনৰ এই বিশেষ দিনটোত মোৰ ফালৰ আন্তৰিক মৰম আৰু শুভেচ্ছা জনালোঁ। তোমাৰ জীৱনটো সুখ আৰু সমৃদ্ধিৰে উপচি পৰিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। Happy Birthday
  • তোমাৰ অপূৰ্ণ সপোন বোৰ আজিৰ এই ওপজা দিনৰ পৰাই পূৰ্ণ হোৱাৰ কামনা কৰিলোঁ। Happy Birthday
  • মোৰ জীৱনৰ অতিকৈ আপোন ব্যক্তি জনলৈ ওপজা দিনৰ একেবাৰে অন্তৰৰ পৰা শুভেচ্ছা আৰু মৰম জনাইছোঁ। Happy Birthday Dear
Unique Birthday Wishes In Assamese

জন্মদিনৰ শুভেচ্ছা দাদা,assamese birthday wish for love,জন্ম দিনৰ শুভেচ্ছা বন্ধু,জন্মদিনৰ শুভেচ্ছা বন্ধু,জন্মদিনৰশুভেচ্ছা ভাইটি,জন্মদিনৰ শুভেচ্ছা ভাইটি,জন্মদিনৰ শুভেচ্ছা অসমীয়াত,জন্মদিনৰ শুভেচ্ছা অসমীয়া,assamese birthday wish friend,birthday wishes in assamese for best friend,birthday wishes for husband in assamese,নিজৰ জন্ম দিনৰ শুভেচ্ছা,assamese birthday wish for best friend,assamese birthday wishes for best friend,জন্ম দিনৰ শুভেচ্ছা দাদা,জন্মদিনৰ শুভেচ্ছা কবিতা,about birthday wishes,birthday wishes,happy birthday wishes,on birthday wishes,wish happy birthday,wishes birthday,wishes for birthday,wishing happy birthday,birthday quotes,best birthday wishes,best wishes birthday,জন্ম দিনৰ শুভেচ্ছা,assamese birthday wish,assamese birthday wishes,happy birthday wishes assamese,happy birthday wishes in assamese,জন্মদিনৰ শুভেচ্ছা প্রেমিকা,জন্মদিনৰ শুভেচ্ছা বান্ধবী,জন্মদিনৰ শুভেচ্ছা love,birthday wishes for girlfriend in assamese,

Assamese Wikipedia

- Advertisement -
- Advertisement -

Leave a Comment