Mahat lokar bani in Assamese

By Amit Kumar

Published on:

Mahat lokar bani Assamese
- Advertisement -

Mahat lokar bani in Assamese

কাহিনীতকৈ পাতনি দীঘল কৰাতো মুৰ্খামিৰ চিন

অ ‘ল্ড টেষ্টামেণ্ট

নিজৰ কুকুৰটোৰ কাৰণে গৰাকীজন সদায়েই নেপোলিয়নৰ দৰে বীৰপূৰুষ । সেই গুণেই কুকুৰক সকলোৰে প্ৰিয় কৰি তোলে

 হাক্সলী

মনত ৰাখিব – আপোনাৰ জীৱনৰ প্ৰতিটো দিনেই আপোনাৰ ইতিহাসৰ একো পৃষ্ঠা

আৰৱিক প্ৰবচন

নতুন বন্ধুক আঁকোৱালি ল’ব নোৱাৰাজনেই জীৱাই থকাৰ কলা হেৰুৱাই পেলায়

ৱেইৰ মিটছেল

উপদেশ দিয়া মানুহজনতকৈ উপদেশ বিচৰা মানুহজন প্ৰায়েই শ্ৰেষ্ঠতৰ বুলি প্ৰমাণিত হয়

কাৰ্ল ফন নোবেল

অন্ধই যদি অন্ধক পথ দেখুৱাই , দুয়োজনেই খালত পৰে

নিউ টেষ্টামেণ্ট

অন্ধই যদি অন্ধক পথ দেখুৱাই , দুয়োজনেই খালত পৰে

নিউ টেষ্টামেণ্ট

অতীতৰ নিচিনাকৈ ভৱিষ্যতটোৱেও বৰ্তমানক প্ৰভাৱিত কৰে

ফ্ৰিজেডৰিখ নীতসে 

পাপেৰে কিছু লোকৰ উন্নতি হয় । আন বহুতৰ ভাল কামেৰেও পনত ঘটে

শ্বেক্সপীয়েৰ

তুমি যেন জীৱনৰ প্ৰতিটো দিনেই পৰিপূৰ্ণভাৱে জীৱাই থকা , এয়ে মোৰ প্ৰাৰ্থনা

জনাথন ছুইফট

জ্ঞানী মানুহে আনৰ ভুলৰ পৰা শিকে ; মুৰ্খই শিকে নিজৰ ভূলৰ পৰা

এইচ . জি . ৰন

যিটো জীৱনক প্ৰেমে প্ৰেৰণা দিয়ে আৰু জ্ঞানে পথ দেখুৱাই , সেইটোৱেই হ’ল ভাল জীৱন

বাট্ৰাণ্ড ৰাছেল

সকলো বিজ্ঞানৰ আৰম্ভণী হয় দৰ্শন হিচাপে আৰু শেষ হৈ কলা হিচাপে

উইল ডুৰাণ্ড

আন মানুহৰ বিষয়ে সঁচা কথা ক ‘বলৈ আটাইতকৈ ভাল মাধ্যম হ’ল আত্মজীৱনী

ফিলিপ গুৱেডেলা
Mahat lokar bani in Assamese

Mahat lokar bani in Assamese

  • নিজে আনন্দিত হ’বৰ বাবে আনক আনন্দ দিব পাৰিব লাগে – মাৰ্ক টোৱেইন 
  • জীৱনত ভয় খাবলৈ একোৱেই নাই । আছে মাথো জীৱনক বুজিবলৈ – মেৰি কুৰি ।
  • এই পৃথিৱীত মূৰ্খৰ বাহিৰে কোনেও চিন্তাহীন বাবে জীৱাই থাকিব নোৱাৰে  – এলবাৰ্ট হাৱাৰ্ড  ।
  • পৃথিৱীৰ আটাইতকৈ সুন্দৰ বস্তুটো হ’ল ফুল , কিন্তু তাৰ শিপা মাটি আৰু গোবৰতহে থাকে – ডি . এইছ . লৰেঞ্চ ।
  • ঘৃণাৰে নিজক ভাৰাক্ৰান্ত কৰি নল’বা । তুমি ভবাতকৈ ই অতি গধুৰ বোজা – মেডাম দ্য চেভিন 
  • ধন ব্যয় কৰাত ফুটি ওলায় মানুহৰ জীৱনবোধৰ পৰিচয় – গ্যেটে ।
  • ধৰ্ম নামৰ দৈত্যটোক বধ কৰিব নোৱাৰালৈকে স্বৰ্গৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰি – বাট্ৰাণ্ড ৰাছেল । 
  • একমাত্ৰ সন্তানেহে মাতৃৰ সাহস আৰু দুখ বুজি পায় – মুল্কৰাজ আনন্দ ।
  • জীৱনত দুটাই ট্ৰেজেডি = বিচৰাতো নোপোৱা আৰু পোৱাতো  – অস্কাৰ ৱাইল্ড ।
  • মৰমেহে মৰমক জন্ম দিয়ে – চফ ‘ কলছ 
  • কাম কৰাৰ সময় এতিয়াই । কিবা এটা কৰাৰ সময় কেতিয়াওঁ শেষ হৈ নাযায় – কাৰ্ল ছেণ্ডবাগ 
  • ধাৰণাৰ যুদ্ধত প্ৰথমে মৃত্যু হয় মানুহৰ – এছ . জে . লেক ।

- Advertisement -

Leave a Comment