- Advertisement -
Happy Birthday Wishes in Assamese
💁আজিৰ এই বিশেষ দিনটোত প্ৰতিটো ক্ষণ আনন্দৰে উপচি পৰক। তাৰে কামনাৰে শুভ জন্ম দিন।

💁ওপজা দিনৰ আন্তৰিক শুভেচ্ছা আৰু হিয়া ভৰা মৰম জনাইছোঁ।
- Advertisement -

💁তোমাৰ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ। ভগৱানৰ ওচৰত তোমাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।

💁তোমাৰ অপূৰ্ণ সপোন বোৰ আজিৰ এই ওপজা দিনৰ পৰাই পূৰ্ণ হোৱাৰ কামনা কৰিলোঁ।

Happy Birthday Wises For Girlfriend in Assamese
- Advertisement -