Bohag Bihu Wishes in Assamese

- Advertisement -

Bohag Bihu Wishes in Assamese

Bohag Bihu Wishes in Assamese, ৰঙালী বিহুৰ শুভেচ্ছা - Rongali Bihu Wishes in Assamese
Bohag Bihu Wishes in Assamese

ব’হাগ বিহু বা ৰঙালী বিহু ক সাত বিহু বুলিও কোৱা হয়, উত্তৰ-পূব ভাৰতৰ ৰাজ্য অসম আৰু উত্তৰ-পূব ভাৰতৰ অন্যান্য প্ৰান্তত অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহে পালন কৰা এক পৰম্পৰাগত জনগোষ্ঠীয় উৎসৱ, আৰু ই হৈছে অসমীয়া নৱবৰ্ষৰ আৰম্ভণি

এই উৎসৱটো সাধাৰণতে এপ্ৰিল মাহৰ ২য় সপ্তাহত পৰে। এই এই আনন্দৰ দিনটোৱে অসমৰ বিভিন্ন থলুৱা জনগোষ্ঠীক তেওঁলোকৰ পটভূমি নিৰ্বিশেষে একত্ৰিত কৰি জাতিগত বৈচিত্ৰ্য উদযাপনৰ প্ৰসাৰ ঘটায়।

- Advertisement -

এই ৰঙালী বিহু বা বহাগ বিহুৰ সময়তে নিজৰ বন্ধু-বান্ধৱী, পৰিয়ালবৰ্গ, বা আন মানুহৰ সৈতে শুভকামনা, শুভেচ্ছা দি নতুন বছৰৰ আকাংক্ষাবোৰ বজাই ৰাখিবলৈ সকলোৱই চেষ্টা কৰে, কিন্তু শুভকামনা, শুভেচ্ছা আদিবোৰ প্ৰস্তুত কৰাটো এটা জটিল কাম, সেই গতিকে আমি আপোনাৰ বাবে প্ৰস্তুত কৰিছোঁ কেইটামান শুভকামনা আৰু শুভেচ্ছা:

Bohag Bihu Wishes in Assamese

অসমীয়া নৱবৰ্ষৰ লগতে সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

by hslc.in

তোমালৈ বহাগ বিহুৰ শুভ কামনা জনালোঁ

by hslc.in

সকলোকে ৰঙালী বিহুৰ আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ

by Hslc.in

আপোনালৈ ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ

by hslc.in

সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ 

by hslc.in

ব’হাগ বিহু উপলক্ষে অসম বাসী ৰাইজলৈ আন্তৰিক  শুভেচ্ছা আৰু ওলগ জনালোঁ।

by Hslc.in

ৰঙালী বিহু উপলক্ষে অসম বাসী ৰাইজলৈ আন্তৰিক  শুভেচ্ছা আৰু ওলগ জনালোঁ।

by hslc.in

সাত বিহু উপলক্ষে অসম বাসী ৰাইজলৈ আন্তৰিক  শুভেচ্ছা আৰু ওলগ জনালোঁ।

by hslc.in

ৰঙালীৰ ৰঙেৰে উপচি পৰক সকলোৰে দেহ মন সেই কামনাৰে প্ৰতিজন অসমীয়ালৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক ওলগ যাছিলোঁ।

by hslc.in

চেনেহৰ অসমবাসী ৰাইজলৈ বহাগ বিহু আৰু অসমীয়া নববৰ্ষৰ হিয়া ভৰা উলগ জনালো !

by hslc.in

সমগ্ৰ অসমবাসী ৰাইজলৈ অসমীয়াৰ বাপতি-সাহোন বহাগ বিহু তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

by hslc.in


আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈকে যাছিলো অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক অভিনন্দন আৰু অফুৰন্ত শুভকামনা ৷

by hslc.in

সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো। ৰঙালীৰ ৰঙে যেন সকলোৰে জীৱনলৈ সুখ, সমবৃদ্ধি, শান্তি কঢ়িয়াই আনে তাৰে কামনা কৰিলোঁ।

Bohag Bihu Wishes in Assamese

ৰঙালীৰ ৰঙেৰে আগন্তুক দিনবোৰ ৰঙীন হৈ পৰক তাৰেই কামনাৰে সকলোকে বহাগ বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ..!

Bohag Bihu Wishes in Assamese

“বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পাত, বিহু থাকে মানে বিহুকে বিনাবা বিহু গলে বিনাবা কাক”

Bohag Bihu Wishes in Assamese

বিহু বিহু লাগিছে গাত, হেঁপাহৰ ৰঙালী বিহু টি আহি পালেহি, মাজত মাথোঁ দুটা দিন, আমাৰ নাচনী ৰো গাত তৎ নাইকিয়া হৈছে, গা সাতখন আঠখন হৈ উঠিছে, হেঁপাহৰ ৰঙালী ক আদৰিবলৈ উথলি পৰিছে,উত্ৰাৱল মন প্ৰাণ আমাৰ নাচনী ৰ,

Bohag Bihu Wishes in Assamese

আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈ ৰঙালী বিহুৰ হিয়াভৰা ওলগ তথা অসমীয়া নৱবর্ষৰ শুভকামনা যাচিলোঁ।

Bohag Bihu Wishes in Assamese

সকলোলৈ বহাগ বিহু তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ। বিহুটিয়ে শান্তি-সম্পৃতি , ভাতৃত্ববোধ আৰু সংস্কৃতিৰ এনাজৰীডাল অধিক শক্তিশালী কৰিব।

Bohag Bihu Wishes in Assamese

নতুন সূর্য, নতুন প্রান। নতুন সুৰ নতুন গান। নতুন পোহৰ, নতুন প্ৰভাত। নতুন বছৰ হওক ভাল। শেষ হওঁক বিষাদ, শুভ হওক নৱবর্ষ। সকলোকে নববর্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

Bohag Bihu Wishes in Assamese

Rongali Bihu / Bohag Bihu:

অসমত স্থানীয়ভাৱে ‘ব’হাগ’ মাহ (অসমীয়া পঞ্জিকা) আৰম্ভ হোৱাৰ লগে লগে ৰঙালী বিহু(Rongali Bihu)ৰ আৰম্ভণি হয়। সাধাৰণতে বিহুৰ তিনিটা প্ৰাথমিক প্ৰকাৰ হ’ল ব’হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কংগলী বিহু, আৰু মাঘ বিহু বা ভোগালী বিহু।

- Advertisement -

ৰঙালী বিহু একেৰাহে সাতদিন ধৰি উদযাপন কৰা হয়। চ’তৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ কৰি ব’হাগৰ ৬ তাৰিখলৈ সাত দিন ধৰি থাকে। প্ৰত্যেক দিনাৰ বিহুৰে সুকীয়া নাম আছে। ইয়াক “সাত বিহু” বুলি জনা যায়। চ’তৰ দোমাহীৰ দিনা গৰু বিহুৰে আৰম্ভ হৈ ক্ৰমে মানুহ বিহুহাত বিহুচেনেহী বিহু, মাইকী বিহুৰঙালী বিহু আৰু শেষৰ দিনা চেৰা বিহুৰে বহাগ বিহু সামৰা হয়। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে তাৰে এটা দিন গোসাঁই বিহু বুলিও পালন কৰা যায়।

ৰঙালী বিহুক যৌৱনৰ উৎসৱ বুলি কোৱা হয়। এই উৎসৱত ডেকা গাভৰুৱে ৰাতি বিহু পাতে, বিহুৰ মাজতে নিজৰ জীৱন সংগী বিচাৰি উলিয়ায়। কৃষি সংস্কৃতিৰ আৰম্ভণিৰে পৰা এনেধৰণৰ উৎসৱ চলি আহিছে। যৌৱনৰ লগত খেতি মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলি মানুহে বিশ্বাস কৰে। খেতি আৰম্ভ কৰাৰ আগে আগে পালন কৰা ৰঙালী বিহুৰ কৃষিৰ লগত ওতঃপ্ৰোত সম্বন্ধ আছে।

অসমীয়া সমাজত গৰু বিহুৰ দিনা এশ এবিধ শাক আৰু সাত বিহুৰ দিনা সাতবিধ শাক খোৱাৰ পৰম্পৰা আছে। গৰু বিহুৰ দিনা যি এশ এবিধ শাক খোৱাৰ পৰম্পৰা আছে তাত বিভিন্ন শাক-পাচলি, তৰু-লতা-তৃণ আদি অন্তৰ্ভুক্ত কৰা হয়। এই শাক-পাচলিবোৰত টেঙা, কেঁহা, তিতা গুণৰ সমাহাৰ হয়। স্বাভাৱিকতে এই সমূহ ঔষধি গুণ সম্পন্ন। অসমীয়া সমাজত খাদ্য প্ৰণালী সম্পৰ্কে বিভিন্ন নীতি-নিয়ম আছে। সেইদিনা গ্ৰহণ কৰা এশ এবিধ শাকত কোনো খাদ্যৰ অশুভ প্ৰতিক্ৰিয়া নাথাকে আৰু নিঃসংকোচে প্ৰত্যেকে ইয়াক গ্ৰহণ কৰে। বিহুৰ প্ৰথম দিনা ঔষধি গুণসম্পন্ন শাকপাত খাই অসমীয়া মানুহে বছৰটোলৈ বল বান্ধে।

- Advertisement -

what is bohag bihu in assamese?

Bohag Bihu or Rongali Bihu also called saat Bihu  is a traditional ethnic festival celebrated in the Northeastern Indian state of Assam and other parts of Northeastern India by the indigenous ethnic groups of Assam, and marks the beginning of the Assamese New Year

How can I write rongali bihu in assamese?

You can write Rongali Bihu or Bohag Bohu Like It: ৰঙালী বিহু, ব’হাগ বিহু

How do you wish for Assamese new year Bihu?

You can wish for assamese new year bihu like: সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ 

- Advertisement -

What are the 7 types of Rongali bihu or Bohag bihu?

The 7 Types of Rongali or Bohag Bihu’s Are: ‘Sot’, ‘Raati’, ‘Goru’, ‘Manuh’, ‘Kutum’, ‘Mela’ and ‘Sera’.


Tags: Bohag Bihu Wishes in Assamese

Bohag Bihu Wishes in Assamese, Bohag Bihu, Rongali Bihu wishes, Rongali Bihu, Happy Bihu, Happy Rongali Bihu, Bhogali Bihu wishes, Bihu wishes, Bihu wishes in Assamese, Rongali Bihu wishes in Assamese, Bohag Bihu, Rongali Bihu wishes in Assamese language, Bohag Bihu wishes, Happy Bihu wishes, Happy Rongali Bihu, Rongali Bihu wishes in Assamese language, Happy Rongali Bihu wishes, Bihu festival, Happy Bihu wishes in Assamese, Bohag Bihu is celebrated in which state, Goru Bihu wishes in Assamese, Bihu quotes, Bohag Bihu date, Bihu quotes in Assamese, Bhogali Bihu wishes in Assamese language, When is Bihu celebrated, Bohag, Bihu wishes in Assamese language, Bohag Bihu is celebrated in, Rongali Bihu’s internal wishes, Rongali Bihu wishes in Assamese quotes, ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা, ৰঙালী বিহুৰ শুভেচ্ছা বাণী, বহাগ বিহুৰ শুভেচ্ছা, বহাগ বিহু শুভেচ্ছা, ৰঙালী বিহু শুভেচ্ছা

- Advertisement -