- Advertisement -
Bihu wishes in Assamese
“ৰঙালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ, ৰঙালীয়ে সকলোৰে মনবোৰ সমৃদ্ধ কৰক, কঢ়িয়াই আনক জীৱনলৈ আনন্দ আৰু উল্লাস“

সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা আৰু শুভকামনা জনালো।

ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা থাকিল। আহি থকা দিন বোৰ সুখ সমৃদ্ধি, শান্তি আৰু ৰঙালীৰ ৰঙেৰে উপচি পৰক তাৰেই শুভকামনাৰে।

আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ প্ৰতিজন সদস্যলৈ ৰঙালী বিহুৰ আন্তৰিক শুভকামনা আৰু হিয়াভৰা শুভেচ্ছা জনালোঁ




