সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ পাঠ ১৩

By Amit Kumar

Published on:

সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ পাঠ ১৩
- Advertisement -

সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ

পাঠ ১৩

গতি আৰু সময়

- Advertisement -

Table of Contents

অনুশীলনী: সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ

তলৰ গতিসমূহত সৰল ৰৈখিক, বৃত্তিয় বা দোলন গতিত শ্ৰেণীভুক্ত কৰা। 

ক) দৌৰি থকা অৱস্থাত তোমাৰ হাতৰ গতি । 

উত্তৰঃ দোলন গতি।।

খ) এটা পোন ৰাস্তাৰে বাগী টানি থকা ঘোঁৰাৰ গতি। 

- Advertisement -

উত্তৰঃ সৰল ৰৈখিক।

গ) ঘূৰণ-দোলনা(Merry-go-Round)ত উঠি থকা অৱস্থাত শিশুৰ এটাৰ গতি। 

- Advertisement -

উত্তৰঃ বৃত্তীয়।

ঘ) ঢেঁকী পাত(See-Saw)ত উঠি থকা অৱস্থা শিশু এটাৰ গতি। 

- Advertisement -

উত্তৰঃ দোলন গতি।

ঙ) বৈদ্যুতিক ঘন্টাৰ হাতুৰীৰ গতি। 

উত্তৰঃ দোলন গতি।

চ) এখন পোন দলঙত ৰে’লৰ গতি ।   

উত্তৰঃ সৰল ৰৈখিক গতি।

তলৰ কোনবোৰ উক্তি শুদ্ধ নহয়? সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ

ক) সময়ৰ মৌলিক একক ছেকেণ্ড  

উত্তৰঃ শুদ্ধ।

খ) প্ৰত্যেক বস্তুৱে ধ্ৰৱক দ্ৰুতিৰে গতি কৰে। 

উত্তৰঃ শুদ্ধ।

গ) দুখন চহৰৰ মাজৰ দূৰত্ব কিলোমিটাৰত জোখা হয় । 

উত্তৰঃ শুদ্ধ।

ঘ) এটা প্ৰদত্ত দোলকৰ পৰ্যায়কাল ধ্ৰুৱক নহয়। 

উত্তৰঃ অশুদ্ধ। 

ঙ) এখন ৰেলৰ দ্ৰুতি মি.\ঘ.ত প্ৰকাশ কৰা হয় । 

উত্তৰঃ শুদ্ধ।

এটা সৰল দোলকে ২০ বাৰ দুলিবলৈ ৩২ছেকেণ্ড সময় লয় । দোলকটোৰ পৰ্যায়কাল নিৰ্ণয় কৰা। 

উত্তৰঃ ইয়াত দিয়া আছে ,

          দোলকৰ দোলন সংখ্যা = 20

          মুঠ সময় = 32 ছে . 

          আমি জানাে ,পর্যায় কাল = মুঠ সময়/ মুঠ দোলন সংখ্যা

          এতেকে নির্ণেয় পর্যায় কাল = 20/16

                                           = 1.6 ছেকেণ্ড । 

 

দুটা ষ্টেচনৰ মাজৰ দূৰত্ব 240 কি.মি .। ট্রেইন এখনৰ এই দূৰত্ব অতিক্রম কৰিবলৈ 4 ঘণ্টা সময় লাগে । ট্ৰেইনখনৰ দ্ৰুতি কিমান ? 

উত্তৰঃ দিয়া আছে , 

ষ্টেচন দুটাৰ দূৰত্ব = 240 কি.মি .

                সময় = 4 ঘণ্টা 

আমি জানো , দ্রুতি = দূৰত্ব/ সময় 

    এতেকে  নির্ণেয় দ্রুতি =240/4  কি.মি. /ঘণ্টা

                                  = 60 কি.মি. / ঘণ্টা । 

ঘড়ীয়ে পুৱা ০৮.৩০ বজা সময় দেখুওৱা মূহূৰ্তত এখন গাড়ীৰ দূৰত্বমেতাই ৫৭৩২১.০ কি.মি পাঠ দেখুৱায়। যদি পুৱা ০৮.৫০ বজাত দূৰত্বমেতাৰ পাঠ ৫৭৩৩৬.০ কি.মি.লৈ পৰিৱৰ্তন হয়। তেন্তে গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা। এইখিনি সময়ৰ ভিতৰত কি.মি\মিনিট এককত গাড়ীখনৰ দ্ৰুতি কি.মি \ঘ এককতো প্ৰকাশ কৰা। 

উত্তৰঃ  দিয়া আছে , 

অড’মিটাৰৰ আদি পাঠ = 57321.0 কি.মি. অডমিটাৰৰ শেষ পাঠ = 57336.0 কি.মি .

ঘড়ীৰ আদি পাঠ = 08:30 AM 

ঘড়ীৰ অন্তিম পাঠ = 08:50 AM 

এতিয়া , মুঠ দূৰত্ব = ( 57336.0 –57321.0 ) কি.মি. = 15.0 কি.মি. 

মুঠ সময় = ( 08.50 – 08.30 ) মিনিট = 20 মিনিট 

এতেকে নির্ণেয় দ্রুতি = 15/20 কি.মি. / মিনিট

                               = 0.75 কি.মি. / মিনিট 

                    1 ঘণ্টা = 60 মিনিট 

কি.মি. / ঘণ্টাত দ্রুতি = 0.75 x 60 = 45 কি.মি. / ঘণ্টা । 

ছালমাই তাইৰ ঘৰৰ পৰা স্কুল পাবলৈ চাইকেলেৰে 15 মিনিট সময় লয় । যদি চাইকেলখনৰ দ্ৰুতি 2 মি . / ছে , হয় , তেন্তে ছালমাৰ ঘৰ আৰু স্কুলৰ দূৰত্ব কিমান ?

উত্তৰঃ দিয়া আছে , 

             চাইকেলৰ দ্রুতি = 2 মি . / ছে .

                           সময় = 15 মিনিট 

                                  = 15 x 60 ছে , 

                                  = 900 ছে 

        অতিক্রম কৰা দূৰত্ব = দ্রুতি x সময় 

                                  = 2 মি . / ছে , x 900 ছে , 

                                  = 1800 মি . 

 ছালমাৰ ঘৰৰ পৰা স্কুলৰ দূৰত্ব = 1.800 কি.মি .। 

তলত দিয়া গতিৰ ক্ষেত্ৰত সময় – দূৰত্বৰ লেখৰ প্রকৃতি দেখুওৱা । সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ

( i ) স্থিৰ ( constant ) দ্রুতিত গতি কৰি থকা গাড়ী । 

সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ
সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ

( ii ) ৰাস্তাৰ কাষত পার্কিং কৰি ৰখা গাড়ী এখন । 

সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ
সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ

তলৰ শুদ্ধ উত্তৰ বাছি উলিওৱা ।

  1. দ্রুতি = দূৰত্ব x সময় 
  2. দ্রুতি =সময়/ দূৰত্ব 
  3. দ্রুতি = দূৰত্ব/দূৰত্ব
  4. দ্রুতি =1/দূৰত্ব x সময় 

উত্তৰঃ 2. দ্রুতি=সময়/ দূৰত্ব 

দ্রুতিৰ মূল একক হল:

  1. কি.মি. / মিনিট
  2. মি . / মিনিট
  3. কি.মি. / ঘণ্টা
  4. মি . / ছে.

উত্তৰঃ 4. মি . / ছে .

40 কি.মি. / ঘণ্টা বেগেৰে গতি কৰি থকা গাড়ী এখনে 15 মিনিট গতি কৰি পাছৰ 15 মিনিটৰ বাবে ঘণ্টাত 60 কি.মি. / ঘণ্টা বেগেৰে গতি কৰিছে । গাড়ীখনে অতিক্রম কৰা মুঠ দূৰত্ব হ’ল— 

  1. 100 কি.মি.    
  2. 25 কি.মি.  
  3. 15 কি.মি.  
  4. 10 কিমি .

উত্তৰঃ 2. 25 কি.মি .।

পাঠ্যপুথিত দিয়া চিত্ৰত কেইখন মান গাড়ীৰ গতি দেখুওৱা হৈছে । প্রথম চিত্ৰখন দ্বিতীয় খনতকৈ 10 ছে . পাছত লােৱা । ফট’গ্রাফত যদি 1 ছেমি . = 100 মি . হয় , তেন্তে কলা গাড়ীখনৰ দ্ৰুতি কিমান ? 

সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ
সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ

উত্তৰঃ চিত্ৰ দুখন জুখি চাই দেখা গৈছে যে কলা গাড়ীখনে 10 ছে , পাছত 8.5 – 7.5 = 1 ছে.মি. আগবাঢ়িছে । 

অর্থাৎ 1 ছেমি . = 100 মি . আগবাঢ়িছে । 

এতেকে    দূৰত্ব = 100 মি . 

            সময় = 10 ছে.

এতেকে নির্ণেয় দ্রুতি হ’ব = 100/10=10 মি . /ছে 

তলত দিয়া চিত্রই A আৰু B গাড়ী দুখনৰ সময় – দূৰত্বৰ লেখ সূচাইছে ।

সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ
সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ

A আৰু B ৰ ভিতৰত কোনখন গাড়ীৰ দ্ৰুতি বেছি । 

উত্তৰঃ 

A গাড়ীৰ দ্রুতি বেছি । দুয়ােডাল লেখক এটাকৈ P এটা A লেখত লােৱা যিকোনাে বিন্দু । P ৰ পৰা X- অক্ষৰ ওপৰত PM লম্ব আৰু Y- অক্ষৰ ওপৰত PQ , PR লম্ব । OM এ সময় বুজাব । OM সময়ত A গাড়ী অতিক্রম কৰা দূৰত্ব = OQ ; আৰু B গাড়ী অতিক্রম কৰা দূৰত্ব = OR ; OQ } OR , অর্থাৎ A গাড়ীয়ে একে সময়ত বেছি দূৰত্ব অতিক্রম কৰে । গতিকে গাড়ীৰ দ্ৰুতি বেছি । 

কোনডাল লেখে ট্রাক এখনৰ অসুষম গতিৰ বেগ বুজাব ? 

সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ
সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ

উত্তৰঃ ( ii ) আৰু ( iii ) 

( ii ) ট্রাকখনে এই ক্ষেত্ৰত স্থিৰে আছে । 

( iii ) ট্রাকখনে এই ক্ষেত্ৰত দ্রুতিৰ মান বৃদ্ধি কৰি আছে ।


Leave a Comment