মহাবিদ্যালয়ত উপস্থিত নথকাৰ বাবে আবেদন

- Advertisement -

মহাবিদ্যালয়ত উপস্থিত নথকাৰ বাবে আবেদন

প্রতি

মাননীয় প্রধান শিক্ষক মহোদয়,

- Advertisement -

(তোমাৰ মহাবিদ্যালয়ৰ নাম)

তাৰিখ: ১২/০৯/২০২৩

বিষয়ঃ মহাবিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ বাবে আবেদন।

- Advertisement -

মহোদয়,

বিনীত সন্মান পূর্ব্বক নিবেদন এই যে, যোৱা ইং ০৯/০৯/২০২৩ আৰু ১০/০৯/২০২৩ তাৰিখে মোৰ খুৰাৰ / মামাৰ/ পেহীৰ বিয়া থকাৰ বাবে মহাবিদ্যালয়ত উপস্থিত থাকিব পৰা নাছিলোঁ।
গতিকে দয়ালু মহোদয়ে দয়া কৰি উক্ত দিন কেইটি ছুটী মঞ্জুৰ কৰি মোক কৃতাৰ্থ কৰে যেন। এইয়ে মহোদয়ৰ ওচৰত মোৰ সৰল প্রার্থনা।

ইতি
আপোনাৰ একান্ত বাধ্য ছাত্র/ছাত্রী
নাম:________________
শ্রেণী:_____________

- Advertisement -

- Advertisement -

Leave a Comment