মহাবিদ্যালয়ত উপস্থিত নথকাৰ বাবে আবেদন

By Amit Kumar

Published on:

মহাবিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ বাবে আবেদন
- Advertisement -

মহাবিদ্যালয়ত উপস্থিত নথকাৰ বাবে আবেদন

প্রতি

মাননীয় প্রধান শিক্ষক মহোদয়,

- Advertisement -

(তোমাৰ মহাবিদ্যালয়ৰ নাম)

তাৰিখ: ১২/০৯/২০২৩

বিষয়ঃ মহাবিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ বাবে আবেদন।

- Advertisement -

মহোদয়,

বিনীত সন্মান পূর্ব্বক নিবেদন এই যে, যোৱা ইং ০৯/০৯/২০২৩ আৰু ১০/০৯/২০২৩ তাৰিখে মোৰ খুৰাৰ / মামাৰ/ পেহীৰ বিয়া থকাৰ বাবে মহাবিদ্যালয়ত উপস্থিত থাকিব পৰা নাছিলোঁ।
গতিকে দয়ালু মহোদয়ে দয়া কৰি উক্ত দিন কেইটি ছুটী মঞ্জুৰ কৰি মোক কৃতাৰ্থ কৰে যেন। এইয়ে মহোদয়ৰ ওচৰত মোৰ সৰল প্রার্থনা।

- Advertisement -

ইতি
আপোনাৰ একান্ত বাধ্য ছাত্র/ছাত্রী
নাম:________________
শ্রেণী:_____________


Leave a Comment