- Advertisement -
Q: বিশেষণ পদ কাক বোলে ?
Ans: যি পদে বিশেষণ বা আন এটা শব্দৰ দূখ, গুণ, অৱস্থা, সংখ্যা, পৰিমাণ আদি প্ৰকাশ কৰে তেনে শব্দক বিশেষণ পদ বোলে।
উদাহৰণ:
- Advertisement -
- ৰাম এজন ভাল ল’ৰা,
- ৰেলৰ গতি বেছি,
- বিষ্ণু শ্ৰেণীত উপস্থিত নাই
Table of Contents
বিশেষণ পদৰ সংজ্ঞাৰ
বাক্যৰ কোনো শব্দই যদি সেই বাক্যত থকা বিশেষ্য বা সৰ্বনামৰ গুণ, দোষ, সংখ্যা, পৰিমাপ প্ৰকাশ কৰে, তেন্তে তাক বিশেষণ বোলা হয়। যেনে: সুস্থ শৰীৰক কোনে ভাল নাপায়?
বিশেষণ পদৰ ভাগ
বিশেষণক মূলতঃ দুটা ভাগত বিভক্ত কৰা হয় – বিশেষ্য আৰু বিভক্তি।
বিশেষ্য:
যি পদে কোনো প্ৰাণী, বস্তু, ঠাই, গুণ, অৱস্থা, কাৰ্য্য আদিৰ নাম পোনপটীয়াকৈ বুজায় তাকেই বিশেষ্য পদ বোলে।
- Advertisement -
বিভক্তি:
প্রকৃতি অর্থাৎ প্রাতিপাদিক আৰু ধাতুৰ পিছত যিবােৰ চিন যােগ কৰি পদ গঠন কৰা হয় আৰু বাক্যত পদবােৰৰ স্থান নির্ণিত হয়, সেই চিনবােৰকেই বিভক্তি বুলি কোৱা হয়।