বিধায়ক লৈ আবেদন কেনেকৈ  লিখে?[Assamese Application]

By Amit Kumar

Published on:

বিধায়ক লৈ আবেদন কেনেকৈ  লিখে?[Assamese Application]
- Advertisement -

বিধায়ক লৈ আবেদন

আৰ্থিক সাহাৰ্য্য বিচাৰি বিধায়ক লৈ আবেদন:

প্রতি,

তাং_______

মাননীয় বিধায়ক মহোদয়

- Advertisement -

(বিধনসভা সমষ্টি নাম)

বিষয়ঃ আৰ্থিক সাহাৰ্য্য বিচাৰি আবেদন (আপোনাৰ আবেদন অনুসৰি)

মহাশয়,

সন্মানসহকাৰে আপোনাক জনাওঁ যে মই (আপোনাৰ নাম) আপোনাৰ সমষ্টিৰ (গাওঁ পঞ্চায়তৰ নাম)গাওঁৰ নাম এগৰাকী নিবাসী। মহোদয়ক জনাওঁ যে যোৱা ________ মাহৰ পৰা মোৰ মাঁ __________ ৰোগত ভুগি আছে। চিকিৎসকৰ পৰামৰ্শ মতে তেওঁক অস্ত্ৰোপ্ৰচাৰৰ বাবে যথেষ্ট টকাৰ দৰকাৰ। যিটো মোৰ বা আমাৰ পৰিয়ালৰ বাবে সম্ভৱ নহয়।

গতিকে মহোদয়ে দয়া কৰি আমাক এটি আৰ্থিক সাহাৰ্য্য আগবঢ়াই সহায় কৰে যেন।

- Advertisement -

ইতি
আপোনাৰ বিশ্বাসী
(আপোনাৰ নাম)


A Video Guide to Write application to MLA

অংগনবাদী কেন্দ্ৰৰ বাবে বিধায়কলৈ আবেদন:

প্রতি,

তাং_______

মাননীয় বিধায়ক মহোদয়

- Advertisement -

(বিধনসভা সমষ্টি নাম)

বিষয়ঃ অংগনবাদী কেন্দ্ৰৰ বাবে আবেদন(আপোনাৰ আবেদন অনুসৰি)

মহাশয়,
সন্মানসহকাৰে আপোনাক জনাওঁ যে, আমি আপোনাৰ সমষ্টিৰ অন্তৰ্গত গাওঁৰ নাম গাঁওৰ নিবাসী।
আমাৰ অঞ্চলত বর্তমান অংগনবাদী কেন্দ্র নোহোৱাৰ ফলত আমি প্রাথমিক স্বাস্থ্য সেৱাৰ পৰা বিৰত আছোঁ। যি গৰ্ভৱতী মহিলাৰ উপৰিও শিশুসকলৰ বাবে অতিকৈ জৰুৰী।

গতিকে, দয়ালু মহোদয়ে আমাৰ অঞ্চলত এখন অংকনবাদী কেন্দ্র উপস্থাপন কৰি আমাক কৃতাৰ্থ কৰে যেন । আশা কৰিছো মহোদয়ে অতি সোনকালে যথোপযোগী ব্যৱস্থা গ্ৰহণ কৰিব । ধন্যবাদ।

গাঁওবাসীৰ হৈ-

1.

2.

3.

4.

5.


More Assamese Application Format:

বিধায়ক লৈ আবেদন কেনেকৈ লিখে, আৰ্থিক সাহায্য বিচাৰি আবেদন, আৰ্থিক সাহাৰ্য্য বিচাৰি বিধায়কলৈ আবেদন, অনুমতি বিচাৰি আবেদন
- Advertisement -

Leave a Comment