বাক্য ৰচনা কৰা : বিশাল

By Amit Kumar

Published on:

বাক্য ৰচনা কৰা : বিশাল
- Advertisement -

বাক্য ৰচনা কৰা : বিশাল

বিশাল শব্দৰ অৰ্থ হ’ল যিটোৰ আকাৰত, মাত্ৰা আদিত অতি বৃহৎ, ইয়াৰ সমার্থক শব্দ হৈছে ডাঙৰ, বিশাল, প্রকাণ্ড, বৃহত্‍, বহুল আদি…

“বিশালবাক্য ৰচনা

হনুমানক ভয় খুৱাবলৈ সুৰসে বিশাল ৰূপ ধাৰণ কৰিলে,

হনুমান মন্দিৰৰ ওচৰত এটা বিশাল পুখুৰী আছিল,

- Advertisement -

ৰামৰ ঘৰৰ পুথিভঁৰালত বিশাল গ্ৰন্থ সংগ্ৰহ আছে,

বিশাল বিপৰীত শব্দ:

সৰু, অলপ, অকনমান, ক্ষুদ্ৰ, নিচেই সৰু

বিশাল in english

Huge, Large, Big, Great, Gignatic


বাক্য ৰচনা :

পূৰণি – হেম সৰস্বতী দেবৰ প্ৰহ্লাদ চৰিত্ৰ নামৰ পূঠিখন বহুত পুৰণি ।
ধন্যবাদ – কোনোৱাই তিলমাত্ৰ উপকাৰ কৰিলে তাতবাবে ধন্যবাদ  প্ৰকাশ কৰিব লাগে ।
সাহিত্য – সাহিত্য সমাজৰ দাপোন স্বৰূপ 
যুগে-যুগে
 – অসমীয়া ভাষাও যুগে – যুগে পৰিৱৰ্তিত হৈ আহিছে ।
জেতুকা – বিহু আহিলে ছোৱালীবোৰে হাতত জেতুকা বুলায় ।
ভমকা – আই শালৰ গামোছাখনত ভমকা ফুল দি কাটিলে ।
আঁচু -ৰেখাই শালৰ গামোছাখনত আঁচুৰ ভমকা ফুল দিলে  ।
শাল – মানসীয়ে এইবাৰ শালত চাদৰ লগাইছে ।
দিহা – আমি সদায় ডাঙৰৰ ভাল দিহাবোৰ মন দি শুনিব লাগে ।
ভিৰাই – ষাড়গৰুটোক দেখি ৰাশিয়ে ভিৰাইদৌৰ মাৰিলে ।


- Advertisement -