ফাকুৱাৰ শুভেচ্ছা – Holi Wishes In Assamese

By Amit Kumar

Published on:

ফাকুৱাৰ শুভেচ্ছা - Holi Wishes In Assamese
- Advertisement -

ফাঁকুৱা ফাগুণ মাহৰ পূৰ্ণিমাত হিন্দু ধৰ্মৰ লোকসকলে উদযাপন কৰা ৰঙৰ উৎসৱ। ফাঁকুৱাক হোলী(Holi), দৌলোৎসৱ, ফল্গুৎসৱ, ফাগুৱা, ফাঁকু, মদনোৎসৱ আদি বিভিন্ন নামেৰে জনা যায়। সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গুৎসৱ ফাগুন বা চ’ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। এই উৎসৱ প্ৰাচীন মদন পূজাৰ এক আনুষংগিক উৎসৱ। হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ বা বিষ্ণুৰ উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয়। ধৰ্মীয় আৰু লৌকিক পৰম্পৰাৰে পালন কৰা হোলী উৎসৱৰ সৃষ্টিৰ সৈতে বহুতো পৌৰাণিক আখ্যান জড়িত হৈ আছে।

এই Post ত আমি কিছুমান ফাকুৱাৰ শুভেচ্ছা শ্বেয়াৰ কৰিম, যিবোৰ আপুনি আপোনাৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ মাজত শ্বেয়াৰ কৰিব পাৰে:

- Advertisement -
  • ফাকুৱাৰ শুভেচ্ছা - Holi Wishes In Assamese

  • সকলোলৈ ৰঙৰ উৎসৱ ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ৷
  • সকলোকে ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জনালোঁ..হোলীৰ ৰঙৰ দৰে সকলোৰে জীৱন ৰঙীন হৈ পৰক..
  • সমূহ অসমবাসীলৈ ৰঙৰ উৎসৱ ফাকুৱা আৰু পবিত্ৰ দৌলোৎসৱৰ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জনালোঁ। ফাকুৱাৰ ৰঙেৰে সকলোৰে জীৱন ৰঙীন হৈ পৰক। বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেবৰণীয়া কৃষ্টি-সংস্কৃতিৰ ৰংবোৰ মিলিত হৈ ৰাজ্যবাসীলৈ কঢ়িয়াই আনক নতুন আশা, বিশ্বাস আৰু ভ্ৰাতৃত্ববোধৰ বতৰা।
  • বসন্তৰ দুৱাৰ খুলি, ফাগুনে উৰালে ধূলি, মন হ’ল উদুলি-মুদুলি, গছে-বনে নতুনৰ দোলনি” সকলোলৈকে ৰঙৰ উৎসৱ ফাকুৱাৰ বহুত বহুত শুভেচ্ছা থাকিল ।
  • জীৱন বোৰ যাতে আবিৰৰ ৰঙৰ দৰে ৰঙীন হৈ পৰে তাৰেই কামনাৰে সকলোকে ফাকুৱাৰ শুভেচ্ছা যাচিলো ।
  • সকলোলৈ ৰঙৰ উৎসৱ ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো 