- Advertisement -
পৰীক্ষাত উপস্থিত থাকিব নোৱাৰাৰ বাবে আবেদন
প্রতি,
মাননীয় প্রধান শিক্ষক মহোদয় ।
- Advertisement -
শিঙৰপাৰা দৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়।
তাৰিখ : 20/03/24
বিষয়: ছয়মাহিলী পৰীক্ষাত উপস্থিত থাকিব নোৱাৰাৰ বাবে আবেদন
- Advertisement -
মহাশয়,
বিনীত নিবেদন এই যে 18/03/24 আৰু 19/03/24 তাৰিখত মোৰ আইতাৰ মৃত্যু হোৱা বাবে মই ছয়মাহিলী পৰীক্ষাত উপস্থিত থাকিব নোৱাৰিলো । গতিকে দয়ালু মহোদয়ে উক্ত দিন কেইটাৰ বাবে ছুটি মঞ্জুৰ কৰি দিয়ে যেন । এয়ে মহোদয়ৰ ওচৰত মোৰ সকল প্রার্থনা ।
ইতি,
আপোনাৰ একান্ত বাধ্য ছাত্ৰ
শ্ৰী____________
শ্ৰেণী: ষষ্ঠ
ৰোল নং:
- Advertisement -
অভিভাবকৰ চহী
💁জন্মদিনৰ শুভেচ্ছা – Birthday Wishes
Pitbull Dog Puppy Price in India for 2024