- Advertisement -
প্ৰদূষণ আৰু প্ৰদূষকৰ মাজত পাৰ্থক্য হৈছে-
প্ৰদূষণ আৰু প্ৰদূষক
প্ৰদূষণ(Pollution) | প্ৰদূষক(Pollutant) |
---|---|
প্ৰদূষণ হৈছে যথেষ্ট সময়ৰ ভিতৰত বায়ুমণ্ডলত যথেষ্ট পৰিমাণে অবাঞ্ছিত, ক্ষতিকাৰক পদাৰ্থৰ সংযোজন। | প্ৰদূষক হৈছে অপ্ৰয়োজনীয় আৰু ক্ষতিকাৰক পদাৰ্থ। এইবোৰে পৰিৱেশ প্ৰদূষিত কৰি তোলে। |
প্ৰদূষণৰ অৰ্থ হৈছে পৰিৱেশৰ গুণগত মানৰ অৱনতি। | প্ৰদূষক বোৰে পৰিৱেশৰ গুণগত মান হ্ৰাস কৰে। |
প্ৰদূষণৰ কাৰণ হৈছে প্ৰদূষক। | প্ৰদূষকৰ সংযোজন হৈছে প্ৰদূষণৰ কাৰণ। |
প্ৰদূষণৰ সংজ্ঞা কি?
প্ৰাকৃতিক পৰিৱেশত দূষিত পদাৰ্থৰ প্ৰৱেশ ঘটাৰ ফলত হোৱা পৰিৱেশৰ বিৰূপ পৰিবৰ্তনেই হৈছে প্ৰদূষণ।
প্ৰদূষক কাক বোলে?
প্ৰদূষক হৈছে অপ্ৰয়োজনীয় আৰু ক্ষতিকাৰক পদাৰ্থ। এইবোৰে পৰিৱেশ প্ৰদূষিত কৰি তোলে। প্ৰদূষকৰ তীব্ৰতা তিনিটা কাৰকৰ দ্বাৰা নিৰ্ণয় কৰা হয়: ইয়াৰ ৰাসায়নিক প্ৰকাৰ, ঘনত্ব, ক্ষতিৰ পৰিসৰ আৰু সময়সীমা।
- Advertisement -