জিলা উপায়ুক্ত লৈ আবেদন[Assamese Application]

By Amit Kumar

Published on:

জিলা উপায়ুক্ত লৈ আবেদন
- Advertisement -

জিলা উপায়ুক্ত লৈ আবেদন

মাননীয়

জিলা উপায়ুক্ত সমীপেষু,

শোণিতপুৰ জিলা

- Advertisement -

তাৰিখ: ১/১/২০২

বিষয়: জিলা উপায়ুক্তলৈ সাহায্য বিচাৰি আবেদন।

মহাশয়,

আমাৰ বিনীত নিবেদন এই যে মই শোণিতপুৰ জিলাৰ অন্তৰ্গত কোচগাঁওৰ এজন দৰিদ্ৰ লোক। আমাৰ পৰিয়ালত পত্নীৰ সৈতে তিনিজন পুত্ৰ আৰু দুগৰাকী কন্যা সন্তান আছে। আমি এসময়ত খেতি কৰি খাইছিলো। কিন্তু খেতি-মাটি নাইকিয়া হোৱাত এতিয়া দিন হাজিৰা কৰি কোনোমতে জীয়াই আছো। মই বৰ্তমান বৃদ্ধ আৰু ক্ৰমান্বয়ে ৰুগীয়া হৈ আহিছো।  আৰ্থিক দুৰৱস্থাৰ বাবে ল’ৰা-ছোৱালী কেইটাকো পঢ়ুৱাব নোৱাৰিলো। এতিয়া এনে হৈছে এসাঁজ খালে আনসাজ লঘোণ দিবলগীয়া হয়।

গতিকে দয়ালু মহাশয়ৰ ওচৰত মই কাতৰ অনুৰোধ কৰিব খোজোঁ যেন মোৰ দুৰৱস্থাৰ কথা জানি মোৰ সকাহৰ বাবে এটা চৰকাৰী সাহায্যৰ ব্যৱস্থা কৰে যাতে এই দুখীয়া পৰিয়ালটোৱে কোনোমতে দুবেলা দুমুঠি খাই জীয়াই থাকিব পাৰে।

- Advertisement -

মহাশয়ৰ ওচৰত এয়ে মোৰ প্ৰাৰ্থনা।

ধন্যবাদ……

আপোনাৰ বিশ্বাসী

শ্ৰী____________

- Advertisement -

স্থান: _____গাঁও,শোণিতপুৰ 


জিলা উপায়ুক্ত লৈ আবেদন in English

To,

The Deputy Commissioner

Kamrup (Metro) District

Guwahati

Date: 21/11/2012

Subject: Application to the Deputy Commissioner praying for financial help under poverty eradication scheme.

Respected Sir,

I beg to state that I am a poor resident living in Chamata under the jurisdiction of Kamrup (Metro) District. Besides my wife, I have three minor sons and two daughters. I used to cultivate for our daily living. But at present I am a daily wage-earner as I do not have cultivable land at present and with great difficulty I have to earn my two meals. Moreover I have become old and various diseases have crippled me. I could not send my children to school for my acute poverty. The present plight is that we take one meal to starve another.

Therefore, I fervently request your honour to provide a government grant to give much needed relief to my poverty-stricken family members enabling them to live with two meals a day.

This is my prayer to your honor.

With gratitude,

Shri Ravi Sastri

Yours faithfully,

Place: Kochgaon, Sonitpur


জিলা উপায়ুক্ত লৈ আবেদন

More Assamese Application:

- Advertisement -

Leave a Comment