জন্ম দিনৰ শুভেচ্ছা
নমষ্কাৰ, লৈ আপোনাক স্বাগতম জনাইছো….
আমি সকলোৱে প্ৰায় প্ৰতি দিনাই আমাৰ আপোন বন্ধু বান্ধৱী, মা দেউতা, বা, ভাইটী, ভন্টি, দাদা আদি বিভিন্ন সম্বন্ধীয় ব্যক্তিক জন্মদিনৰ শুভেচ্ছা জনাও। প্ৰায় বহু ক্ষেত্ৰত দেখা যায় যে আমি জন্ম দিনৰ শুভেচ্ছা দিয়াৰ সময়ত লিখিবলৈ লৈ থমকি যাব লগা হয় কাৰণ এটা সুন্দৰ জন্ম দিনৰ শুভেচ্ছা বিচাৰি অলপ হলেও হাবাথুৰি খাব লগা হয়। এনে ক্ষেত্ৰত আপুনি সেই ব্যক্তি গৰাকীক এটা সুন্দৰ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰি তেওঁৰ বিশেষ দিনটোত অধিক মধুৰ আৰু সুখ প্ৰদান কৰিব পাৰিব। আপুনি কেনেদৰে সেই জন্ম দিনৰ শুভেচ্ছা প্ৰেৰন কৰিব, কেনেধৰণৰ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিলে তেঁও আনন্দ লাভ কৰিব তাৰ বাবে কেইটামান উদাহৰণ তলত দিয়া হল, আশাকৰোঁ আপোনালোকে ইয়াৰ পৰা উপকৃত হব।
Birthday wishes in Assamese for Love {জন্ম দিনৰ শুভেচ্ছা Love}
- ওপজা দিনৰ আন্তৰিক শুভেচ্ছা আৰু হিয়া ভৰা মৰম জনাইছোঁ।
- তোমাৰ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ। ভগৱানৰ ওচৰত তোমাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।
- তুমি আজি আৰু এটা নতুন বছৰ আৰম্ভ কৰাত অভিনন্দন জনালো। আশাকৰোঁ অনাগত দিনবোৰ অধিক সুখৰ হওঁক। Happy Birthday
- আজি দিনটো তোমাৰ দিন। তোমাৰ এই বিশেষ দিনটোত হাঁহি, ধেমালি, আনন্দৰে উপচি পৰে তাৰে কামনা কৰিলোঁ আৰু আগন্তুক দিনবোৰত অধিক সুখৰ হওঁক। Happy Birthday
- তোমাৰ অপূৰ্ণ সপোন বোৰ আজিৰ এই ওপজা দিনৰ পৰাই পূৰ্ণ হোৱাৰ কামনা কৰিলোঁ। Happy Birthday
- মোৰ জীৱনৰ অতিকৈ আপোন ব্যক্তি জনলৈ ওপজা দিনৰ একেবাৰে অন্তৰৰ পৰা শুভেচ্ছা আৰু মৰম জনাইছোঁ। Happy Birthday Dear
- তোমাৰ জীৱনৰ এই বিশেষ দিনটোত মোৰ ফালৰ আন্তৰিক মৰম আৰু শুভেচ্ছা জনালোঁ। তোমাৰ জীৱনটো সুখ আৰু সমৃদ্ধিৰে উপচি পৰিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। Happy Birthday
- তুমি জীৱনত যি কৰিব বিচৰা সকলো কামতে সফল হোৱা। Happy Birthday
- তোমাৰ জন্মদিন আমাৰ সকলোৰে অতিকৈ আনন্দৰ দিন। তোমাৰ জন্মদিনৰ এই মধুৰ ক্ষণতে ভগৱানে তোমাৰ মঙ্গল কৰক তাকে কামনা কৰিলোঁ।
- আজিৰ তোমাৰ জন্মদিনৰ এই পবিত্ৰ ক্ষণত এটা কথাই কব বিচাৰো “Never lost hope in Life” Cofident হোৱা জয় তোমাৰ হাতৰ মুঠিত হব।
- প্ৰিয়জনৰ Birthday ত মধ্য ৰাত্ৰি 12 বজাত Wish কৰাৰ আমেজেই সুকীয়া। বৰ্তমান 12 বাজিছে আৰু মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। Let’s have some fun।
- তুমি মোক প্ৰেম, আনন্দ, সাহস, মৰম, প্ৰেৰণা সকলো দি আহিছা। তোমাৰ জন্মদিন ত তোমাৰ লগত বাকী থকা জীৱন কটোৱাৰ প্ৰতিশ্ৰুতি দিলোঁ। Happy Birthday
- তুমি মোৰ সেই বিশেষ ব্যক্তিজন যাৰ বাবে মোৰ হৃদয়ত এক বিশেষ স্থায়ী স্থান চিৰদিনৰ বাবে থাকিব। মোৰ প্ৰিয় জনলৈ মোৰ অন্তৰৰ পৰা জন্মদিনৰ অলেখ মৰম আৰু শুভেচ্ছা জনালোঁ।
- সাগৰত পানী যিমান মোৰ তোমাৰ প্ৰতি থকা মৰমো সিমান। Happy Birthday sweetheart
- তোমাৰ মোৰ জীৱনত আগমনে মোৰ সৰু পৃথিৱী খন পূৰ্ণ কৰিলা। Happy Birthday Dear
- তোমাৰ অবিহনে মোৰ চিন্তা অপূৰ্ণ, মন আচন্ন, সুখ আধৰুৱা এক কথাত সকলো অসম্পূৰ্ণ। তুমি মোৰ কাষত থাকিলে এনে লাগে যেন মই সম্পূৰ্ণ আৰু মোৰ সকলো আছে। Happy Birthday Dear sweetheart
- মই মোৰ জন্মদিন ত কৈ তোমাৰ জন্মদিন পালন কৰি বেছি ভাল পাওঁ, সুখী অনুভৱ কৰোঁ কাৰণ তুমি মোৰ সকলো। Happy Birthday sweetheart
- )মোৰ মুখৰ হাঁহি যাৰ বাবে সকলো সময়তে থাকে সেয়া হৈছে তুমি। তোমাৰ জন্মদিনৰ এই বিশেষ দিনটোত ভগৱানক প্ৰাৰ্থনা কৰোঁ যাতে আমাৰ মাজৰ হাঁহি কেতিয়াও হেৰাই নাজাই।
Birthday caption
For baby by Birthday letter Assamese….
Assamese letter for baby by 4year
Boyfriend birthday wishes love 💕