জন্মদিনৰ শুভেচ্ছা বান্ধবী | বান্ধবীৰ বাবে জন্মদিনৰ শুভেচ্ছা

By Amit Kumar

Published on:

জন্মদিনৰ শুভেচ্ছা বান্ধবী | বান্ধবীৰ বাবে জন্মদিনৰ শুভেচ্ছা
- Advertisement -

জন্মদিনৰ শুভেচ্ছা বান্ধবী

সৰ্বপ্ৰথমে HSLC.INৰ সকলো সদস্য-সদস্যাকে নমস্কাৰ জনাইছো, আপুনি আপোনাৰ প্ৰিয় বান্ধবীৰ বাবে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিবৰ বাবে শুভেচ্ছা বৰ্তা বিচাৰি ফুৰিছে নেকি?

যদি বিচাৰিছে তেন্তে আপুনি সঠিক ঠাইত উপস্থিত হৈছেহি,আমি hslc.in ত বিভিন্ন জনৰ বাবে বিভিন্ন ধৰনেৰে জন্মদিনৰ শুভেচ্ছা অসমীয়াত তৈয়াৰ কৰি উলিয়াইছো,যেনে ধৰকঃ

- Advertisement -

জন্মদিনৰ শুভেচ্ছা প্রেমিকা, জন্ম দিনৰ শুভেচ্ছা বান্ধৱী,জন্মদিনৰ শুভেচ্ছা love, জন্ম দিনৰ শুভেচ্ছা বন্ধু,জন্ম দিনৰ শুভেচ্ছা ভাইটি, নিজৰ জন্ম দিনৰ শুভেচ্ছা, জন্ম দিনৰ শুভেচ্ছা দাদা ইত্যাদি

জন্ম দিনৰ শুভেচ্ছা প্রেমিকা|Birthday Wises For Girlfriend in Assamese

Wait For 3 Seconds To View The Next Image

  • জন্মদিনৰ শুভেচ্ছা বান্ধবী | বান্ধবীৰ বাবে জন্মদিনৰ শুভেচ্ছা

  • বান্ধবীৰ জন্ম দিনৰ শুভেচ্ছা

  • প্ৰতিটো জনমত তোমাৰ দৰে Best Friend পাওঁ, তাৰ বাবে ভগৱানক প্ৰাৰ্থনা জনাইছোঁ। আশাকৰোঁ ভগৱানে তোমাৰ মঙ্গল কৰক। তোমাৰ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
  • তোমাৰ দৰে এগৰাকী বিশ্বাসী বন্ধু মোক লগ কৰাই দিয়া বাবে ভগৱানক অশেষ ধন্যবাদ। Happy Birthday dear Friend।
  • আজি মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ আৰু সুখৰ দিন কাৰণ আজি তোমাৰ জন্মদিন। ওপজা দিনৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা যাছিলো।
  • তোমাৰ জীৱনৰ প্ৰতিটো সময় অধিক সুখেৰে অতিবাহিত কৰা আৰু প্ৰতিটো জন্মদিনত অধিক আনন্দৰে উপভোগ কৰা। শুভ জন্মদিন।
  • তোমাৰ জীৱনৰ প্ৰতিটো সপোন যেন তুমি পূৰণ কৰিব পাৰা তাৰে বাবে ভগৱানৰ ওচৰত মিনতি কৰিছোঁ। তোমাৰ জন্মদিনৰ এই পবিত্ৰ ক্ষণত তোমাক হিয়া ভৰা শুভেচ্ছা জনালোঁ।
  • তোমাৰ জন্মদিনৰ এই মধুৰ মূহুৰ্তত ভৱিষ্যত দিনত ভগৱানে অধিক সফলতা কঢ়িয়াই আনে তাৰে কামনা কৰিলো। শুভ জন্মদিন।
  • তোমাৰ জন্মদিন মোৰ বাবে অতিকৈ চেনেহৰ। কাৰণ এই দিনটোৰ বাবে মই তোমাক মোৰ জীৱনত সহযোগী হিচাপে পালোঁ। Happy Birthday my dear।
  • মই নিজে সুখী হবলৈ ভগৱানক প্ৰাৰ্থনা নকৰোঁ কাৰণ তুমি সুখী হলেই মই বেছি সুখী হওঁ। তোমাৰ জন্মদিনৰ এই মধুৰ মূহুৰ্তত ভগৱানে তোমাক সুখত ৰাখক তাৰে কামনা কৰিলো।

Wait For 3 Seconds To View The Next Image

- Advertisement -
  • জন্মদিনৰ শুভেচ্ছা বান্ধবী | বান্ধবীৰ বাবে জন্মদিনৰ শুভেচ্ছা
  • জন্মদিনৰ শুভেচ্ছা বান্ধবী | বান্ধবীৰ বাবে জন্মদিনৰ শুভেচ্ছা
  • জন্মদিনৰ শুভেচ্ছা বান্ধবী | বান্ধবীৰ বাবে জন্মদিনৰ শুভেচ্ছা
  • জন্মদিনৰ শুভেচ্ছা বান্ধবী | বান্ধবীৰ বাবে জন্মদিনৰ শুভেচ্ছা

  • তোমাৰ অপূৰ্ণ সপোন বোৰ আজিৰ এই ওপজা দিনৰ পৰাই পূৰ্ণ হোৱাৰ কামনা কৰিলোঁ। Happy Birthday
  • মোৰ জীৱনৰ অতিকৈ আপোন ব্যক্তিলৈ ওপজা দিনৰ একেবাৰে অন্তৰৰ পৰা শুভেচ্ছা আৰু মৰম জনাইছোঁ। Happy Birthday Dear
  • Happy Birthday Dear Friend। আশাকৰোঁ আজি দিনটো এটা অতি সুন্দৰ স্মৰণীয় মূহুৰ্ত কটাব পাৰো যাতে চিৰ দিনলৈ মনত থাকে।
  • অভিনন্দন তোমাৰ জীৱনৰ পুনৰ এটা নতুন বছৰ আৰম্ভ কৰা বাবে। আশা কৰোঁ এই নতুন বৰ্ষ টোৱে সেই সকলো সফলতা কঢ়িয়াই আনক যিবোৰ তুমি deserve কৰা। Happy Birthday
  • আজি দিনটো আনন্দৰ দিন কাৰণ আজি তোমাৰ জন্মদিন। Happy Birthday
  • আজি দিনটো তোমাৰ দিন। তোমাৰ এই বিশেষ দিনটোত হাঁহি, ধেমালি, আনন্দৰে উপচি পৰে তাৰে কামনা কৰিলোঁ আৰু আগন্তুক দিনবোৰত অধিক সুখৰ হওঁক। Happy Birthday
  • তুমি আজি আৰু এটা নতুন বছৰ আৰম্ভ কৰাত অভিনন্দন জনালো। আশাকৰোঁ অনাগত দিনবোৰ অধিক সুখৰ হওঁক। Happy Birthday
  • জন্মদিন বছৰেকত এবাৰহে আহে । সেয়েহে এই দিনটো এনেদৰে celebrate কৰা যাতে গোটেই বৰ্ষটোৱে ৰঙীন হৈ পৰে। Happy Birthday

যদি আপুনি নিজৰ ফালৰপৰা জন্ম দিনৰ শুভেচ্ছা সংযোগ কৰিব বিচাৰে,তেন্তে কমেন্ত কৰক!

Leave a Comment