ছুটীৰ বাবে আবেদন

By Amit Kumar

Published on:

প্ৰধান শিক্ষকলৈ ছুটীৰ বাবে আবেদন /ছুটি বিচাৰি আবেদন
- Advertisement -

প্ৰধান শিক্ষকলৈ ছুটীৰ বাবে আবেদন

প্ৰধান শিক্ষকলৈ ছুটীৰ বাবে আবেদন/ ছুটি বিচাৰি আবেদন
ছুটি বিচাৰি আবেদন

মাননীয়,

প্রধান শিক্ষক মহোদয়

- Advertisement -

(তোমাৰ স্কুলৰ নাম) সমিপেষু ।

তাৰিখ:__________

বিষয়: ছুটিৰ বাবে আবেদন

- Advertisement -

মহোদয়,
বিনীত নিবেদন এই যে মই যোৱা ০১/১১/ ২০২২ তাৰিখৰ পৰা ০৪/১১/২০২২ তাৰিখলৈ বিদ্যালয়ত উপস্থিত থাকিব পৰা নাছিলোঁ। কাৰণ মই জ্বৰত ভুগি আছিলোঁ।
গতিকে মহোদয়ে যেন উক্ত দিনবোৰৰ বাবে ছুটি মঞ্জুৰ কষি বাধিত কৰে। ধন্যবাদ

ইতি,

আপোনাৰ একান্ত বাধ্য ছাত্র,

- Advertisement -

নামঃ___________

শ্ৰেণী:_______

ক্রমিক নংঃ__


More Assamese Application:

Leave a Comment