- Advertisement -
ভাব সম্প্ৰসাৰণ কৰা: কথাত কটা যায় কথাত বটা পায়
হুটা আৰু টান কথাই সকলােৰে মনত আঘাত কৰে। সেয়ে তেনে কথা কোৱা লােকক, কোনেও ভাল নাপায়। তেওঁ সকলােৰে অপ্রিয় হয়; আনকি তেনে কথাৰ বাবে তেওঁ আনৰ ওচৰত অপমানিত আৰু গৰিহণাৰ পাত্র হয়। আনহাতে, মিঠা মাত মাতি সহজ-সৰলভাৱে কথা কোৱা বিনয়ী নম্র লােকে সকলােৰেপৰা আদৰ- সন্মান পােৱাৰ উপৰিও তেনে লােক সকলােৰে প্রিয়পাত্র হয়। এই কথা বুজাবলৈকে উক্ত প্রবচনফাকি কোৱা হৈছে যে কথাতেই কটা যায়, কথাতেই বঁটা পায়।
- যত্ন কৰিলে ৰত্ন পায় ভাৱ বহলাই লিখা
- অতি ভক্তি চোৰৰ লক্ষণ ভাব সম্প্ৰসাৰণ কৰা
- যি মূলা বাঢ়ে তাৰ দুপাততে চিন বহলাই লিখা
উপদেশতকৈ আৰ্হি ভাল ভাব বহলাই লিখা
- এশ গৰু মাৰিলে বাঘৰো মৰণ ভাব বহলাই লিখা
কথাত কটা যায় কথাত বটা পায় ভাব বহলাই লিখা
- Advertisement -