ভাব সম্প্ৰসাৰণ কৰা: আইৰো বাৰ্তা গংগাৰো যাত্ৰা

By Amit Kumar

Published on:

আইৰো বাৰ্তা গংগাৰো যাত্ৰা ভাব সম্প্ৰসাৰণ কৰা
- Advertisement -

আইৰো বাৰ্তা গংগাৰো যাত্ৰা ভাব সম্প্ৰসাৰণ কৰা

আইৰো বাৰ্তা গংগাৰো যাত্ৰা ভাব সম্প্ৰসাৰণ কৰা
আইৰো বাৰ্তা গংগাৰো যাত্ৰা ভাব সম্প্ৰসাৰণ কৰা

“আইৰো বাৰ্তা গংগাৰো যাত্ৰা” উক্ত প্ৰৱচনটো সততে সময়ৰ সঠিক ব্যৱহাৰৰ বিষয়ে বুজাবলৈ ব্যৱহাৰ কৰা হয়।এই প্ৰৱচনটোৰ মতে শহুৰৰ ঘৰত থকা বোৱাৰীয়ে নিজ মাতৃৰ অসুখৰ বাৰ্তা পোৱাৰ লগে লগেই আইক চাবলৈ পিতৃ-মাতৃৰ ঘৰলৈ যাত্ৰা কৰে। বেলেগ ক’ৰবালৈ যাবলৈ ওলাওঁতে  প্ৰতিজনী বোৱাৰীয়ে সাজোন-কাচোনত বহুত সময় লয়। অৰ্থাৎ যথা সময়ত ওলাব নোৱাৰে। কিন্তু আইৰ অসুখৰ খবৰ পোৱাৰ লগে লগেই সি উধাতু খাই যাত্ৰা আৰম্ভ কৰে। অৰ্থাৎ অলেপা সময়ৰ অপব্যয় নকৰে। 

আইৰ বাৰ্তা পাই যিদৰে বোৱাৰী এজনীয়ে সময়ৰ অপচ নকৰি সোনকালে  যাত্ৰা কৰে তেনেদৰে আমি সকলোৱে যদি প্ৰয়োজন অনুসৰি সময়মতে নিজৰ নিজৰ কাম কৰি যাওঁ তেন্তে সময়ৰ সদ্ব্যৱহাৰ হয়। কাৰণ সময়ৰ সদ্বৱ্যহাৰৰ ওপৰতহে আমাৰ জীৱনৰ উৎকৰ্ষ সাধন হয়।

- Advertisement -

ভাব সম্প্ৰসাৰণ কৰা:

1 thought on “ভাব সম্প্ৰসাৰণ কৰা: আইৰো বাৰ্তা গংগাৰো যাত্ৰা”

Leave a Comment