অসমীয়া সুপ্ৰভাত

আজিৰ দিনটো
সুন্দৰ হােৱাৰ কামনাৰে ৰাতিপুৱাৰ
শুভেচ্ছা জনালোঁ।

সকলাে তীর্থস্থানৰ ভিতৰত
আটাইতকৈ ভাঙৰ তীর্থস্থান হ’ল
মানুহৰ “হৃদয়”
Good Morning

পৃথিৱীত সকলাে বস্তুৱেই মূল্যবান,
বিচাৰি পােৱাৰ আগত আৰু হেৰাই
যােৱাৰ পিছত।
Good Morning

সত্য আৰু ধৈৰ্য্যই মানুহক
সাহস দিয়ে আৰু মিছাই মানুহক
ধ্বংস কৰে।
Good Morning

পােৱাতকৈ, চোৱাৰ অনুভৱ বেছি সুন্দৰ
কাৰণ পোৱাৰ শেষ আছে, কিন্তু
চোৱাৰ কোনাে শেষ নাই।
Good Morning

এটা কঠিন আৰু জতিল পথৰ
সিটো পাৰত সদায় এখন সুন্দৰ পৃথিৱী থাকে,
সেই পৃথিৱীখন গৈ পাবলৈ প্রয়ােজন মাথোঁ
আত্মবিশ্বাস, ধৈৰ্য আৰু পৰিশ্রম।
Good Morning

অসমীয়া সুপ্ৰভাত ছবি, সুপ্ৰভাত শুভেচ্ছা বাণী, সুপ্ৰভাত মেসেজ, সুপ্ৰভাত Status, সুপ্ৰভাত বাৰ্তা, শুভেচ্ছা বাণী অসমীয়া, সুপ্রভাত ছবি, whatsapp সুপ্রভাত ছবি, সুন্দর সুপ্রভাত ছবি, বাংলা সুপ্রভাত ছবি, good morning assamese, সুপ্রভাত ইমেজ, সুপ্ৰভাত ফটো, সুপ্ৰভাত বাণী, সুপ্ৰভাত ছবি, সুপ্রভাত অসমীয়া সুপ্ৰভাত, শুভেচ্ছা বাণী অসমীয়া, সুপ্ৰভাত quotes, শুভ ৰাতিপুৱা, ৰাতিপুৱাৰ শুভেচ্ছা, অসমীয়া সুপ্ৰভাত, good morning assamese quotes, পুৱাৰ শুভেচ্ছা বাণী, সুপ্ৰভাত status, ৰাতিপুৱাৰ অনুভৱ, ৰাতিপুৱাৰ কবিতা, অসমীয়া সুপ্রভাত বাণী, অসমীয়া শুভ ৰাতিপুৱা, পুৱাৰ বাণী, শুভ ৰাতিপুৱা ইমেজ,