অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ
Table of Contents
অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ কৰা: Translate into english
গুৱাহাটীত এখন চিৰিয়াখানা আছে in English “There is a zoo in Guwahati.”
আজি ৰাতি বৰষুণ দিব পাৰে translate into english “It may rain tonight”
ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে english translation “It has been raining since morning”
মই পঢ়ি আছো translate into english “I’m reading”
কিতাপ খন টেবুলৰ ওপৰত আছে translate into english “The book is on the table“
তুমি সাতুৰিব জানানে translate to english “You know how to swim“
এতিয়া বৰষুণ দি আছে translate into english “It’s raining now“
মই সাতুৰিব জানো translate to english “I know how to swim“
আজি বৰ গৰম translate into english “It’s very hot today“
মই কিতাপ পঢ়ি ভাল পাওঁ translate into english “I like to read books“
মই এজন ভাৰতীয় নাগৰিক translate into english “I am an Indian citizen“
তুমি কি কৰি আছা english translation “What are you doing?“
গুৱাহাটীত এখন বিশ্ববিদ্যালয় আছে translate into english “There is a university in Guwahati“
তোমাৰ ঘৰ কত english meaning “Where is your house?“
মই তোমাক ভাল পাওঁ translate into english “I love you“
তুমি ৰাতিপুৱা কিমান সময় পঢ়া translate into english “How long do you read in the morning?“
অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ app:
If you want to Download অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ app in your Android Mobile then You can Download and install it through Google play store:
- Go to your Menu
- Select the playstore Application
- Search Assamese to english Translate application
- Here you can find your Assamese to english translate application for free
- Install It✅
Translation Assamese to English for Class 9:
অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ :
- ৰাম সাধু ল’ৰা।
- Ram is an honest boy.
- কোঠাটোত তিনিজনী ছোৱালী আছে।
- There are three girls in the room.
- বাছখন এইমাত্ৰ আহি পাইছে।
- The bus has arrived just now.
- তেওঁ আহি পোৱাৰ লগে লগে ৰেলখন এৰিলে।
- The train left as soon as he came.
- তাই ৰাতিপুৱাৰে পৰা পঢ়ি আছে।
- She has been reading since morning.
- ৰমেনৰ দেউতাক যোৱা বছৰ ঢুকাইছে।
- Ramen’s father passed away last year.
- তোমালোক অহাৰ সময়ত মই ইংৰাজী পঢ়ি আছিলোঁ।
- I was reading English when you came.
- আমি খেলপথাৰ পোৱাৰ আগতে খেল আৰম্ভ হৈছিল।
- The game had started before we reached the playground.
- মই তাইক সুধিলোঁ, “গীতা, ক’লৈ যোৱা?”
- I said to her, “Where are you going, Gita?”
- তাই ক’লে, “ডাক্তৰৰ ওচৰলৈ।”
- She said, “To the doctor”.
- তুমি অকল বুদ্ধিমানেই নহয়, পৰিশ্ৰমীও হ’ব লাগিব।
- You should be not only intelligent but aslo industrious.
- মই যিমান খৰকৈ লিখিব পাৰোঁ, তুমি সিমান খৰকৈ লিখিব নোৱাৰা।
- You cannot write as fast as I can.
- মই সদায় ৰাতিপুৱা সোনকালে শুই উঠো।
- I always get up early in the morning.
- দুখীয়াৰ প্ৰতি দয়ালু হ’বা।
- Be kind to the poor.
- সি এজন শান্ত ল’ৰা।
- He is a quiet boy.
Translation Assamese to English for Class 10
(i) আমাৰ গাওঁ খন এটা পিচপৰা
অঞ্চলত।
Ans : Our village is situated in a
backward area.
(ii) গাওঁখন সৰু, জনসংখ্যাও কম।
Ans : The village is small and the
population also is small.
(iii) প্ৰতিবছৰে ইয়াত বানপানী হয়।
Ans : Flood occurs here every year.
(iv) গাঁৱৰ সৰহভাগ মানুহ খেতিয়ক আৰু
বৰ দুখীয়া।
Ans : Majority of the people in the
village are farmers and very poor.
(v) প্ৰতিবছৰে বানপানীয়ে তেওঁলোকৰ
প্ৰচুৰ ক্ষতি কৰে।
Ans : Every year the flood does great
loss to them.
(vi) আমাৰ গাঁৱত শিক্ষিত মানুহৰ
সংখ্যাও অতি কম।
Ans : The number of educated people
too is very small in our village.
(vii) ইয়াত এখন প্ৰাথমিক বিদ্যালয়
আছে।
Ans : There is only one primary
school here. / Here is only a primary
school.
(viii) মই আৰু মোৰ ভনীজনীও তাতে
পঢ়িছিলো।
Ans : My sister and I too read there.
(ix) এতিয়া আমি এখন উচ্চ মাধ্যমিক
বিদ্যালয়ত পঢ়ি আছোঁ।
Ans : Now we are reading in a high
school.
(x) আমি স্কুললৈ যাবলৈ বহুদূৰ খোজ
কাঢ়িব লাগে।
Ans : We have to walk a long distance
to go to school.
অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ Class 10
(ii) ভাৰতবৰ্ষ এখন বিশাল দেশ।
Ans : India is a vast country.
(iii) অসম ভাৰতবৰ্ষৰ এখন সৰু ৰাজ্য।
Ans : Assam is a small province of
India.
(iv) ই ভাৰতৰ পূব দিশত অৱস্থিত।
Ans : It is situated in the eastern side
of India. / It is in the east of India.
(v) মোৰ অসমত জন্ম হৈছিল।
Ans : I was born in Assam.
(vi) বৰ্তমান মোৰ বাসস্থান গুৱাহাটীত।
Ans : At present my residence is in
Guwahati.
(vii) গুৱাহাটী অসমৰ আটাইতকৈ ডাঙৰ
চহৰ।
Ans : Guwahati is the largest city of
Assam.
(viii) ইয়াৰে এখন অসমীয়া মাধ্যমৰ
বিদ্যালয়ত মই পঢ়ি আছোঁ।
Ans : I am reading in an Assmese
medium school here.
(ix) মোৰ দেউতা আমাৰ বিদ্যালয়ৰে
অধ্যক্ষ।
Ans : My father is the principal of our
school.
(x) আমাৰ বিদ্যালয়খনৰ উন্নতিৰ বাবে
দেউতাইপৰিশ্ৰম কৰে।
Ans : Father labours hard for the
development of the school.
(ii) আমি মাজে সময়ে তাত খেলা-ধূলা
কৰোঁ।
Ans : We play there occasionally.
(iii) শিক্ষকসকলে আমাক খেলিবলৈ
উৎসাহ দিয়ে।
Ans : The teachers inspire us to play.
(iv) আমাৰ প্ৰধান শিক্ষকে কয়,
“তোমালোকে খেলত ভাগ লব লাগে। ই
স্বাস্থ্যৰ বাবে উপকাৰী।”
উত্তৰ : Our headmaster says, “You
should take part in games and
sports. It is useful for health.”
(v) সপ্তাহত এদিনকৈ আমাক খেলিবলৈ
দিয়া হয়।
Ans : We are allowed to play one day
in a week.
(vi) মই ফুটবল অথবা ভলীবল খেলোঁ।
Ans : I play football or volleyball.
(vii) আন কিছুমানে ক্ৰিকেট খেলে।
Ans : Some others play cricket.
(viii) বন্ধৰ দিনত আমি ইয়ালৈ খেলিবলৈ
আহোঁ।
Ans : We come here to play in
holidays.
(ix) দুই-এজন ডেকা শিক্ষকেও আমাৰ
লগত খেলিবলৈ আহে।
Ans : A few young teachers also
come to play with us.
(ii) গাওঁখন চহৰৰ পৰা বেছি আঁতৰত
নহয়।
Ans : The village is not far from the
town.
(iii) ঘৰত মোৰ মাক-দেউতা আৰু ভনী
এজনী আছে।
Ans : I have in my home my parents
and a sister.
(iv) দেউতাই আমাৰ নিজৰ মাটীত খেতি
কৰে।
Ans : Father does cultivation in our
own land.
(v) তেখেতক সহায় কৰিবলৈ দুজন
বনুৱাৰ ৰাখিছে।
Ans : He has also kept two labours to
help him.
(vi) আমাৰ লাগতীয়াল বহুতো বস্তু আমি
কিনিব নালাগে।
Ans : We need not to buy many of the
things essential for us.
(vii) সেইবোৰ আমাৰ পথাৰতে উৎপন্ন
হয়।
Ans : They are produced in our fields./
Those are grown in our field.
(viii) আমাৰ এটা মাছ পোহা পুখুৰীও
আছে।
Ans : We have also a fishery.
(ix)কালদিয়া নৈখন আমাৰ ঘৰৰ মাজেদি
বৈ গৈছে।
Ans : The river Kaldia flows by our
village.
(x) মাজে সময়ে আমি নৈত মাছ ধৰোঁ।
Ans : Occasionally we catch fish in
the river.
(ii) তোমালোক এতিয়া কি কৰি আছা?
Ans : What are you doing now?
(iii) আমি সদায় নদীৰ পাৰত ফুৰোঁ।
Ans : We always walk on the river
bank.
(iv) ছোৱালীজনীয়ে গান গাই আছে।
Ans : The girl is singing.
(v) তুমি গাড়ী চলাব পাৰা নে?
Ans : Can you drive a car?
(vi) তেওঁৰ ভাগৰ লাগিছে।
Ans : He is tired.
(vii) ল’ৰাটোক বুধিয়ক যেন লাগে।
Ans : The boy seems to be intelligent.
(viii) যোৱামাহত মই তিতাবৰলৈ
গৈছিলোঁ।
Ans : I went to Titabar last month.
(ix) তাত মোৰ মাক-দেউতা থাকে।
Ans : My parents live there.
(x) তেওঁলোক তাত জন্মৰ পৰাই আছে।
Ans : They have been there since they
were born
ৰাজীৱৰ দেউতাক আমাৰ শিক্ষক।
Rajib’s father is our teacher.
তেখেতে আমাক বিজ্ঞান শিকায়।
His father teaches us Science.
আজি মই স্কুললৈ যাব পৰা নাছিলো।
Today I could not go to school.
মোৰ মাৰ অসুখ হৈছিল।
My mother was ill.
মই ডাক্তৰ মাতিবলৈ গৈছিলো।
I went to call a doctor.
আবেলি মই ৰাজীৱক লগ পাবলৈ গ’লো।
I went to meet Rajib in the evening.
শ্ৰেণীত কি শিকোৱা হ’ল মই জানিব
খুজিছিলো।
I wanted to know what was taught in
the class.
ৰাজীৱৰ দেউতাকে মোক সুধিলে, “আজি
তুমি স্কুললৈ যোৱা নাই, নহয়নে?”
Rajib’s father said to me, “You haven’t
gone to school today, have you?
মই তেখেতক ক’লো যে মোৰ মাৰ অসুখ।
I told him that my mother was ill.
এবছৰ আগতে তাইৰ মোমায়েকে এখন
ইংৰাজী অভিধান তাইক উপহাৰ দিছিল।
Her maternal uncle presented her an
English dictionary a year ago.
তেওঁ তাইক কৈছিল — “এটা ভাষা শিকাত
অভিধান এখন প্ৰয়োজনীয় আহিলা,নহয়
নে?
He said to her, “A dictionary is a
essential tool in learning a language,
Isn’t it?”
যদি তুমি নতুন শব্দ এটা পোৱা,অভিধানত
শব্দটো চাবা আৰু তাৰ অৰ্থ আৰুব্যৱহাৰ
শিকিবা।
If you find a new word, you look it up
the dictionary and learn its meaning
and usage.
অভিধান কেনেকৈ ব্যৱহাৰ কৰিব লাগে
তেওঁ তাইক শিকালে।
He taught her how to use a dictionary.
উপহাৰটো সঁচাকৈ ললিতাক অনুপ্ৰাণিত
কৰিলে।
The present has really inspired
Lalita.
তেতিয়াৰে পৰা অভিধানখন পঢ়া কোঠাত
তাইৰ সংগী হৈ আছে।
The dictionary has been her
helper in her study room since then.
এতিয়া পৰীক্ষাৰ কাৰণে তাই খুউব পঢ়ি
আছে।
Now she is reading very much
for the examination.
(b) দেশখনৰ উন্নতি তেওঁলোকৰ ওপৰত
নিৰ্ভৰ কৰে।
Ans : Development of a country
depends on them.
(c) ছাত্ৰ অৱস্থা হ’ল প্ৰস্তুতিৰ সময়।
Ans : Students life is the time for
preparation.
(d) এই সময়তে ছাত্ৰ-ছাত্ৰীসকলে সজ
অভ্যাসবোৰ অনুশীলন কৰা উচিত।
Ans : It is during this time that the
students should practise the good
habits.
(e) তেতিয়াহে তেওঁলোক ভৱিষ্যতে
সুনাগৰিক হ’ব পাৰিব।
Ans : Then only they can be good
citizens in future.
(f) এই ক্ষেত্ৰত শিক্ষকসকলে ছাত্ৰ
ছাত্ৰীক সহায় কৰিব পাৰে।
Ans : Teaches may help the students
in this regard.
(b) গছে আমাক ফুল, ফল আৰু ছাঁ
দিয়ে।
Ans : Trees give us flower, fruit and
shade.
(c) জ্ঞানী লোকে কয়, “এজোপা গছ
দহজন পুতেকৰ সমান।”
Ans : Wise man says, “A tree is equal
to ten sons.”
(d) তুমি গছৰ যতন কৰানে?
Ans : Do you take care of tree?
(e) পৃথিৱীখন সেউজীয়া কৰি ৰাখিবলৈ
আমি গছৰ যতন কৰিবলৈ লাগিব।
Ans : We must take care of trees to
keep the earth green.
(f) গছ আৰু প্ৰাণীবোৰ ইটোৱে সিটোৰ
ওপৰত নিৰ্ভৰশীল।
Ans : Trees and animals are
dependent on each other.
17. HSLC – 2014
(a) অসম এখন ধুনীয়া প্ৰদেশ।
Ans : Assam is a beautiful province.
(b) ই ভাৰতবৰ্ষৰ উত্তৰ-পূব প্ৰান্তত
অৱস্থিত।
Ans : It is situated in the north
eastern part of India.
(c) শ্ৰীমন্ত শঙ্কৰদেৱ অসমৰ মহানতম
ব্যক্তি।
Ans : Srimanta Sankardev is the
noblest person of Assam.
(d) মানুহে সদায় লগৰীয়া মানুহক ভাল
পাব লাগে।
Ans : One should always love one’s
fellowmen.
(e) তুমি মটৰ গাড়ী চলাব জানানে?
Ans : Do you know how to drive a car?
(f) শিক্ষক জনে ৰমেনক কলে,”আলিবাট
পাৰ হওঁতে সাৱধান হবা।”
Ans : The teacher said to Ramen, “Be
careful while crossing the road.”
(ii) মই সাঁতুৰিব নোৱাৰাৰ নিচিনাই।
Ans : I can hardly swim.
(iii) তুমি কেতিয়াবা সিংহ দেখিছানে?
Ans : Have you ever seen a lion?
(iv) যিজন মানুহ আজি আমাৰ স্কুললৈ
আহিছিল তেখেতক মই চিনি পাওঁ।
Ans : The man who came to our
school I know him.
(v) মই নহালৈকে তুমি ৰ’বা।
Ans : Wait until I come.
19. HSLC – 2016
(i) এইখন কিতাপ মোৰ আৰু সেইখন
তোমাৰ।
Ans : This book is mine and that’s
yours.
(ii) সোন এবিধ মূল্যবান ধাতু।
Ans : Gold is a valuable metal.
(iii) অনুগ্ৰহ কৰি তেওঁক দৰ্জাখন খুলিব
কোৱা।
Ans : Please tell him to open the door.
(iv) তেওঁ যেতিয়া আহিছিল মই বাতৰি
কাকত পঢ়ি আছিলোঁ।
Ans : I was reading a newspaper
when he came.
(v) আলিবাট পাৰ হওঁতে সাবধান হ’বা।
Ans : Be careful while cross the road.
20. HSLC – 2017
(i) পৃথিৱীখন ঘূৰণীয়া।
Ans : The earth is round.
(ii) তেওঁ লোকক ভিতৰলৈ আহিব দিয়া।
Ans : Let them come in.
(iii) তুমি নিতৌ কিমান সময় লিখা পঢ়া
কৰা ?
Ans : How much time do you spend
daily in your study?
(iv) আজি ৰাতি বৰষুণ দিব পাৰে।
Ans : It may rain tonight.
(v) বুঢ়া মানুহজনে বৰ লাহে লাহে কথা
কয়।
Ans : The old man speaks very slowly.
(b) জোনে ৰাতিহে পোহৰ দিয়ে।
Ans : Moon gives light at night.
(c) তুমি কালি স্কুললৈ গৈছিলানে?
Ans : Did you go to school yesterday?
(d) সি ককায়েকক খুব ভাল পায়।
Ans : He loves his brother very much.
(e) ৰিণ্টুৱে কৈছিল, “এইটো কি সুন্দৰ
পুতলা!”
Ans : Rintu said, “What a beautiful toy
it is !”
অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ:
22. HSLC – 2019
(a) যদুৱে মোক সুধিছিল, “ৰাজু
ইংৰাজীত ভালনে?
Ans : Jadu asked me, “Is Raju good in
English?”
(b) দোকমোকালিতে শোৱাৰ পৰা উঠাটো
তেওঁৰ অভ্যাস।
Ans : Getting up early in the morning
is his habit. / It’s his habit to get up
early in the morning.
(c) মিছা কথা কোৱা উচিত নহয়।
Ans : One should not tell a lie.
(d) সৌ গছডাল ইমান ওখ!
Ans : How much tall the tree is!
(e) কিতাপখন টেবুলৰ ওপৰত আছে।
Ans : The book is on the table.
23. HSLC – 2020
(i) আকাশত মেঘ নাছিল।
Ans: There were no clouds in the sky.
(ii) শিক্ষকজনে কৈছিল,”সদায় সচাঁ কথা
ক’বা।
Ans: The teacher said, “Always speak
the truth.
(iii) তুমি নৈখন সাঁতুৰি পাৰ হ’ব পাৰিবানে?
Ans: Can you swim across the river?
(iv) প্ৰতিজ্ঞা ৰক্ষা কৰিব লাগে।
Ans: The promise has to be kept.
(v) মৌ খাবলৈ মিঠা।
Ans: Honey is sweet to eat.
(vi) মোৰ এটা কলমৰ প্ৰয়োজন।
Ans: I need a pen.
24. HSLC – 2022
(a) অসমৰ চাহপাত জগত বিখ্যাত।
Ans: The Assam’s tea is world famous.
(b) মানুহজন সিমান চহকীও নহয় নাইবা সিমান
দুখীয়াও নহয়।
Ans: The man is neither so rich not so
poor.